From
Subject
Time (UTC)
notification+zrdz=r1lph1z@facebookmail.com
Deepak Bashyam Payan Bargohain ti ha taggata in un post su Facebook
2016-07-24 19:23:40
To: Adre Iels
From: notification+zrdz=r1lph1z@facebookmail.com (sender info)
Subject:

Deepak Bashyam Payan Bargohain ti ha taggata in un post su Facebook


Received: 2016-07-24 19:23:40
Deepak Bashyam Payan Bargohain ha taggato te e altre 47 persone in un post . Deepak Bashyam Payan ha scritto: ""গুৱাহাটী বল.বম. সেৱাঁ কমিটিৰ নিয়মৰ উলংঘন: " বল.বমত যোৱা লৰাঁ ছোৱালী পুৰুষ মহিলাই বশীষ্ঠ মুনিৰ আশ্ৰমলৈ গৈ মেলত লিপ্ত হৈ পৰে ভাং খোৱাঁত. ভাং খাই সাতঁ ধাৰীয়াৰ পানীত উখল মাখলৰ খেঁল আৰম্ভ কৰে.পানীৰ সূতে সূতে আছে ডাঙৰ ডাঙৰ শিলঁ. ভলেত্নটিয়াৰ লোক সকলে কনট্ৰলীং কৰিব নোৱাৰা হৈ পৰে. " শিৱঁৰ পূজা কৰিবলৈ হলে প্ৰথমে ভাং খোৱাঁ দৰকাৰ নেকি ? " অমৰ নাথঁ নাই এই ঘোৰঁ অৱস্থা. " ছোলতান গানজ্ঝত নাই ঘোঁৰ অৱস্থা. " গুৱাহাটীৰ বল.বমত কিয় এই অৱস্থা ? " হৈ পৰিছেঁ বল.বম. নিচাজাতীয় লোকৰ এক নিচাৰঁ বজাৰ. " সৰু ডাঙৰ কোনো নাই চানচিফ একে লগে বহি খাই ভাং. " ইফালে লৰাঁ ছোৱালীৰ ভাংৰ মেল. " ছোৱালী সকলে গৈ খাই ভাং. " মাৰঁ পিত নোহোৱা কৈ নেথাকেই. " পুলিচে সাৱধান কৰিলেওঁ নেমানে বল.বমৰ ব্যক্তি সকলে. " কিবা ঘটনাৰ পৰিছিত হলে পুলিচৰ গাঁত দূখ নাই. " দূখ আছে প্লাৱলিকৰহে নিময়মৰ উলংঘন কৰা সকলৰ গাঁত. " বাছৰ ওপৰত উঠি উখল মাখঁল কৰে কিবা হলে পুলিচে কি কৰিছিল অমুক তমোক. " পুলিচ প্ৰকাশনে নিজৰ কাম কৰি আছেঁ কিন্তু প্লাৱলিক ? " বল.বম হল মহাঁদেৱক জল অৰ্পন কৰা. " কিন্তু মহাদেৱেঁ কোৱা নাই যে ভাং খাই উতপাত কৰিবা বুলি. " এয়া পূজা নহয় ফেঁশ্যান আৰু অপমান কৰা হল ঈশ্বৰক. " কাৰুৱাই যাই মনৰ কামনাৰে বাঃবাঃ মহাদেৱঁক জল অৰ্পন কৰিবলৈ. " আৰু কোনোৱা যাই ছোৱালীৰ বাবে লাফাংগা কৰিবলৈ দৰ্শন কৰিবলৈ নহয়. বল.বমত গৈ কেই জনে জল অৰ্পন কৰে. " হিন্দু ধৰ্মৰ নামত কংলক লগালে নিজৰে হিন্দু মানুহে. " মুখত হঁৰিৰ নাম ললে নহয় " হ্ৰিদয়খনো চাফাঁ ৰাখিব লাগিব. " অহংকাৰী মানুহৰ জীৱনত কেতিয়াও শান্তি নহৱ. " কাৰন তেওঁসকল আনৰ কামনাৰ আশাঁৰ চাকি নোমোৱাই নিজৰ ঘৰ পোহঁৰ কৰে. " সকলোঁ ভুগিব লাগিব এই সংসাৰত. " ঈশ্বৰেওঁ উদ্ধাৰ নকৰিব." Maggiori informazioni sui tag in Facebook .
facebook
Deepak Bashyam Payan Bargohain ha taggato te e altre 47 persone in un post.
Deepak Bashyam Payan ha scritto: ""গুৱাহাটী বল.বম. সেৱাঁ কমিটিৰ নিয়মৰ উলংঘন: " বল.বমত যোৱা লৰাঁ ছোৱালী পুৰুষ মহিলাই বশীষ্ঠ মুনিৰ আশ্ৰমলৈ গৈ মেলত লিপ্ত হৈ পৰে ভাং খোৱাঁত. ভাং খাই সাতঁ ধাৰীয়াৰ পানীত উখল মাখলৰ খেঁল আৰম্ভ কৰে.পানীৰ সূতে সূতে আছে ডাঙৰ ডাঙৰ শিলঁ. ভলেত্নটিয়াৰ লোক সকলে কনট্ৰলীং কৰিব নোৱাৰা হৈ পৰে. " শিৱঁৰ পূজা কৰিবলৈ হলে প্ৰথমে ভাং খোৱাঁ দৰকাৰ নেকি ? " অমৰ নাথঁ নাই এই ঘোৰঁ অৱস্থা. " ছোলতান গানজ্ঝত নাই ঘোঁৰ অৱস্থা. " গুৱাহাটীৰ বল.বমত কিয় এই অৱস্থা ? " হৈ পৰিছেঁ বল.বম. নিচাজাতীয় লোকৰ এক নিচাৰঁ বজাৰ. " সৰু ডাঙৰ কোনো নাই চানচিফ একে লগে বহি খাই ভাং. " ইফালে লৰাঁ ছোৱালীৰ ভাংৰ মেল. " ছোৱালী সকলে গৈ খাই ভাং. " মাৰঁ পিত নোহোৱা কৈ নেথাকেই. " পুলিচে সাৱধান কৰিলেওঁ নেমানে বল.বমৰ ব্যক্তি সকলে. " কিবা ঘটনাৰ পৰিছিত হলে পুলিচৰ গাঁত দূখ নাই. " দূখ আছে প্লাৱলিকৰহে নিময়মৰ উলংঘন কৰা সকলৰ গাঁত. " বাছৰ ওপৰত উঠি উখল মাখঁল কৰে কিবা হলে পুলিচে কি কৰিছিল অমুক তমোক. " পুলিচ প্ৰকাশনে নিজৰ কাম কৰি আছেঁ কিন্তু প্লাৱলিক ? " বল.বম হল মহাঁদেৱক জল অৰ্পন কৰা. " কিন্তু মহাদেৱেঁ কোৱা নাই যে ভাং খাই উতপাত কৰিবা বুলি. " এয়া পূজা নহয় ফেঁশ্যান আৰু অপমান কৰা হল ঈশ্বৰক. " কাৰুৱাই যাই মনৰ কামনাৰে বাঃবাঃ মহাদেৱঁক জল অৰ্পন কৰিবলৈ. " আৰু কোনোৱা যাই ছোৱালীৰ বাবে লাফাংগা কৰিবলৈ দৰ্শন কৰিবলৈ নহয়. বল.বমত গৈ কেই জনে জল অৰ্পন কৰে. " হিন্দু ধৰ্মৰ নামত কংলক লগালে নিজৰে হিন্দু মানুহে. " মুখত হঁৰিৰ নাম ললে নহয় " হ্ৰিদয়খনো চাফাঁ ৰাখিব লাগিব. " অহংকাৰী মানুহৰ জীৱনত কেতিয়াও শান্তি নহৱ. " কাৰন তেওঁসকল আনৰ কামনাৰ আশাঁৰ চাকি নোমোৱাই নিজৰ ঘৰ পোহঁৰ কৰে. " সকলোঁ ভুগিব লাগিব এই সংসাৰত. " ঈশ্বৰেওঁ উদ্ধাৰ নকৰিব."
Maggiori informazioni sui tag in Facebook.
Vedi il post
Questo messaggio è stato inviato a deleted@email-fake.pp.ua. Se non vuoi più ricevere questo tipo di e-mail da Facebook, annulla l'iscrizione.
Facebook, Inc., Attention: Community Support, Menlo Park, CA 94025