From
Subject
Time (UTC)
notification+zj4zsz24ta26@facebookmail.com
Diksha Borah's post in hahi hahi mori juwa needs approval: "ছাগলীৰ নেজ চুটি...".
2016-08-11 11:08:04
To: Niharika Borah Dutta
From: notification+zj4zsz24ta26@facebookmail.com (sender info)
Subject:

Diksha Borah's post in hahi hahi mori juwa needs approval: "ছাগলীৰ নেজ চুটি...".


Received: 2016-08-11 11:08:04
 
  Diksha Borah 's post in hahi hahi mori juwa needs approval: "ছাগলীৰ নেজ চুটি...".       Diksha Borah 11 August at 16:38   ছাগলীৰ নেজ চুটি চুটি কুকুৰৰ নেজ বেকা, আনৰ ঘৈণীবোৰ মৰম লগা নিজৰ জনীহে টৰাবেকা "। " ব্ৰয়লাৰ মূৰ্গীৰ দাম কম লোকেল মূৰ্গীৰ বেছি, গহনা-কাপোৰ কিনিদিলে পত্নী হৈ যায় সুখী "। " মেকুৰীয়ে মাতে মিউ মিউ কুকুৰে কৰে ঘেউ, ছোৱালীৰ মন বুজিব পৰাকৈ দুনীয়াত নাই কেউ " । " ঢকা মাৰে পিঠিত ঘুচা মাৰে নাকত, পাৰ্লাৰত গৈ ছোৱালীবোৰে ময়দা সানে মুখত " । " মহে কামুৰে য'তে ত'তে সাপে বিচাৰে ভৰি, কল নকৰি ছোৱালীবোৰে থাকে মিছকল মাৰি "।।  
   
 
   Facebook
 
   
   
 
Diksha Borah's post in hahi hahi mori juwa needs approval: "ছাগলীৰ নেজ চুটি...".
 
   
Diksha Borah
11 August at 16:38
 
ছাগলীৰ নেজ চুটি চুটি
কুকুৰৰ নেজ বেকা,
আনৰ ঘৈণীবোৰ মৰম লগা
নিজৰ জনীহে টৰাবেকা "।
" ব্ৰয়লাৰ মূৰ্গীৰ দাম কম
লোকেল মূৰ্গীৰ বেছি,
গহনা-কাপোৰ কিনিদিলে
পত্নী হৈ যায় সুখী "।
" মেকুৰীয়ে মাতে মিউ মিউ
কুকুৰে কৰে ঘেউ,
ছোৱালীৰ মন বুজিব পৰাকৈ
দুনীয়াত নাই কেউ " ।
" ঢকা মাৰে পিঠিত
ঘুচা মাৰে নাকত,
পাৰ্লাৰত গৈ ছোৱালীবোৰে
ময়দা সানে মুখত " ।
" মহে কামুৰে য'তে ত'তে
সাপে বিচাৰে ভৰি,
কল নকৰি ছোৱালীবোৰে
থাকে মিছকল মাৰি "।।
 
   
   
 
View Post
 
   
   
 
This message was sent to deleted@email-fake.pp.ua. If you don't want to receive these emails from Facebook in the future, please unsubscribe.
Facebook, Inc., Attention: Community Support, Menlo Park, CA 94025